Very Short Question for 1/2 Marks

Q - 1. বতাহৰ ক্ষয়কাৰ্যৰ ফলত সৃষ্টি হোৱা এটা অৱয়বৰ উদাহৰণ দিয়া৷

উত্তৰ - ইন্সেলবাৰ্গ, ইয়াৰডাঙ, ইত্যাদি৷


Q - 2. বাৰখান কোন কাৰ্যৰ ফলত সৃষ্টি হয়?

উত্তৰ - বতাহৰ অৱক্ষেপন জনিত কাৰ্যৰ ফলত৷


Q - 3. হিমবাহৰ ক্ষয়কাৰ্যৰ ফলত সৃষ্টি হোৱা এটা অৱয়বৰ উদাহৰণ দিয়া৷

উত্তৰ - ‘হু’ আকৃতিৰ উপত্যকা ৷


Q - 4. ড্ৰামলিন কোন প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হয়?

উত্তৰ - হিমবাহৰ অৱ ক্ষেপনজনিত কাৰ্যৰ ফলত৷


Q - 5. ‘দ্দ’ আকৃতিৰ উপত্যকা কোন কাৰ্যৰ ফলত সৃষ্টি হয়?

উত্তৰ - নদীৰ ক্ষয়কাৰ্যৰ ফলত৷


Q - 6. হিমবাহৰ গতি কেনেকুৱা?

উত্তৰ - অতি ধীৰ বা লেহেমীয়া৷


Dictionary
× Home Tutors Institutes About Us Contact Us Faq